பொருள் : অসভ্য ৰূপত
எடுத்துக்காட்டு :
শ্যামে বেয়াকৈ কʼলে যে তুমি ইয়াৰ পৰা গুচি যোৱা
ஒத்த சொற்கள் : অশিষ্টভাৱে, অসভ্যতঃ, অসভ্যভাৱে, শিষ্টাচাৰহীনভাৱে
பொருள் : বেয়া ধৰণে
எடுத்துக்காட்டு :
মানুহে তেওঁক ্বেয়াকৈ পিটিলে
பொருள் : বেয়া ধৰণে
எடுத்துக்காட்டு :
আমাৰ খেলুৱৈসকলে বেয়াকৈ খেলাৰ বাবে আমি খেলখনত হাৰিলো