உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : বেৰ আদিৰে ঘেৰি থকা ঠাই
எடுத்துக்காட்டு : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে
ஒத்த சொற்கள் : ঘেৰা
பொருள் : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন
எடுத்துக்காட்டு : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে
ஒத்த சொற்கள் : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, মেৰ
பொருள் : লাঠি, কামি আদিক আয়তীয় আকাৰত বান্ধি তৈয়আৰ কৰা এক অৱৰোধক
எடுத்துக்காட்டு : পুখুৰীৰ চাৰিওফালে হেঙাৰ লগোৱা আছে
ஒத்த சொற்கள் : হেঙাৰ, ৰেলিঙ
பொருள் : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়
எடுத்துக்காட்டு : শিলেৰে বনোৱা বেৰ মজবুত হয়
ஒத்த சொற்கள் : দেৱাল, প্রাচীৰ, বেৰ, ৱাল
பொருள் : চাৰিওফালৰ পৰা ঘেৰি দিয়া
எடுத்துக்காட்டு : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে
ஒத்த சொற்கள் : ঘেৰা, ঘেৰি দিয়া, বেৰি দিয়া
பொருள் : চাৰিওফালে ৰখা বা আগুৰি লোৱা
எடுத்துக்காட்டு : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে
ஒத்த சொற்கள் : ঘেৰ দিয়া, ঘেৰা, ঘেৰি থকা, ঘেৰি লোৱা-
நிறுவு