உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়
எடுத்துக்காட்டு : মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ
ஒத்த சொற்கள் : ভাৰ
பொருள் : কোনো কামত নলগাকৈ কাৰোবাৰ তত্ত্বাৱধানত থকা অৱস্থা
எடுத்துக்காட்டு : কর্মহীন ব্যক্তি পৃথিৱীৰ বোজা স্বৰূপ
ஒத்த சொற்கள் : বোজ, ভাৰ
பொருள் : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম
எடுத்துக்காட்டு : খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে
பொருள் : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা
எடுத்துக்காட்டு : মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে
நிறுவு