உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ
எடுத்துக்காட்டு : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল
ஒத்த சொற்கள் : জ্ঞান, বোধ, সংজ্ঞা, সজ্ঞান
பொருள் : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ
எடுத்துக்காட்டு : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে
ஒத்த சொற்கள் : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধ, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি
நிறுவு