பொருள் : নিয়োজিত ্কর্ম্্চাৰীসকলৰ মাজত ভাগ কৰা লাভৰ অংশ
எடுத்துக்காட்டு :
এই বছৰত সর্বমুঠ দহ হাজাৰ বোনাচ পালোঁ
பொருள் : কোনো কর্ম্্চাৰীক ্তেওঁৰ ্পাৰিশ্রমিক বা বেতনৰ উপৰি দিয়া ধন
எடுத்துக்காட்டு :
দেৱালীৰ সময়ত সকলো চাকৰে নিজৰ মালিকৰ পৰা বোনাচ পোৱাৰ অপেক্ষাত থাকে