பொருள் : ব্রিটেইনত থকা বা বসতি কৰা
எடுத்துக்காட்டு :
তেওঁ বিদ্রোহৰ সময়ত ভালেমান ব্রিটিছ পৰিয়ালক নিজৰ বৰঘৰত লুকুৱাই সুৰক্ষিত স্থানলৈ লৈ গৈছিল
பொருள் : ব্রিটেইনৰ বা ব্রিটেইন সম্বন্ধীয়
எடுத்துக்காட்டு :
ভাৰতত বহু সময়লৈকে ব্রিটিছ শাসন আছিল