பொருள் : বিদ্যালয়ৰ শ্রেণীলমূহৰ বেৰত লগোৱা কʼলা বৰণৰ আখৰ লিখিব পৰা ফলক বিশেষ
எடுத்துக்காட்டு :
কৃষ্ণফলকত সদায় নীতি-বাক্য লিখা হয়
ஒத்த சொற்கள் : কৃষ্ণফলক, ব্লেকবোর্ড
பொருள் : লিখিবৰ বাবে ব্যৱহাৰ কৰা কাঠেৰে তৈয়াৰী কʼলা ৰঙৰ চাৰিচুকীয়া ফলক
எடுத்துக்காட்டு :
গুৰুজীয়ে কৃষ্ণফলকত গণিতৰ প্রশ্ন লিখি আছে
ஒத்த சொற்கள் : কৃষ্ণফলক