உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যি ঠাইত ফচল কাটি ৰখা হয় আৰু ফচলৰ পৰা শস্য পৃথক কৰি ৰখা হয়
எடுத்துக்காட்டு : ৰবি শস্য ৰাখিবৰ কাৰণে খেতিয়কে ভঁ্ৰাল চাফা কৰিছে
ஒத்த சொற்கள் : ভঁ্ৰাল ঘৰ, ভাখাৰী
பொருள் : যিটো গুদামত শস্য ৰখা হয়
எடுத்துக்காட்டு : চৰকাৰে শস্যৰ বজাৰত কৃষকৰ সুবিধা হোৱাকৈ ভঁ্ৰাল সাজি দিছে
ஒத்த சொற்கள் : ভঁ্ৰাল ঘৰ
பொருள் : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
பொருள் : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
எடுத்துக்காட்டு : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
ஒத்த சொற்கள் : ভাণ্ডাৰ, সাগৰ
நிறுவு