பொருள் : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
எடுத்துக்காட்டு :
লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
ஒத்த சொற்கள் : ছিঙা, টুকুৰা কৰা, ভগা, ভাগি দিয়া, ভাঙি দিয়া
பொருள் : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা
எடுத்துக்காட்டு :
এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা
ஒத்த சொற்கள் : টুকুৰা কৰা
பொருள் : কোনো বস্তু টুকুৰা-টুকুৰ হোৱা
எடுத்துக்காட்டு :
কাঁচৰ পাত্রটো হাতৰ পৰা পিছলখাই ভাঙিল
ஒத்த சொற்கள் : ভাঙি যোৱা
பொருள் : সম্বন্ধ আদি ভাঙি যোৱা
எடுத்துக்காட்டு :
চালমাৰ বিয়াখন ভাঙি গʼল