பொருள் : খুৰাৰ ছোৱালী
எடுத்துக்காட்டு :
মোৰ খুৰাহঁতৰ ভন্টিজনী পঢ়াত খুব ভাল
ஒத்த சொற்கள் : খুৰাৰ ছোৱালী, বাইদেউ
பொருள் : জেঠোদেউ বা পেহাৰ ছোৱালী
எடுத்துக்காட்டு :
মোৰ কোনো ভণ্টি (পেহীৰ ছোৱালী) নাই
ஒத்த சொற்கள் : পেহাৰ ছোৱালী, বাইদেউ
பொருள் : কাৰোবাৰ বিচাৰত একে মাক-দেউতাকৰ কন্যা সন্তান
எடுத்துக்காட்டு :
ৰাধা মোৰ নিজা ভনী
ஒத்த சொற்கள் : নিজা ভণ্টি, বা), ভগিনী, ভগ্নী, ভনী, ভনীটি নিজা ভনী, সহোদৰা (বাইদেউ
பொருள் : মাহীৰ ছোৱালী
எடுத்துக்காட்டு :
মোৰ ভণ্টি (মাহীৰ ছোৱালী) এগৰাকী ্ ধর্মপ্র্াণা মহিলা
ஒத்த சொற்கள் : মাহীৰ ছোৱালী