பொருள் : ভাগৰুৱা অৱস্থা বা ভাৱ
எடுத்துக்காட்டு :
খেতিয়কে গছৰ ছাঁত বহি ভাগৰ পলুৱাই আছে
ஒத்த சொற்கள் : ক্লান্তি, পৰিশ্রান্তি, শ্রান্তি
பொருள் : গোটেই ৰাতি জাগি থকাৰ কাৰণে দেহ-মনলৈ অহা অৱসাদ
எடுத்துக்காட்டு :
বাইদেউৰ বিয়াৰ পিছৰ ভাগৰ এতিয়াও মৰা নাই