பொருள் : ভ্রান্ত ভাৱে ওপজা জ্ঞান
எடுத்துக்காட்டு :
আন্ধাৰত ৰছীক সাপ বুলি ভ্রম বহুতৰে ওপজে
ஒத்த சொற்கள் : বিভ্রম, বিভ্রান্তি
பொருள் : পাহৰি যোৱা অৱস্থা বা ভাৱ
எடுத்துக்காட்டு :
পাহৰণৰ কাৰণে বস্তু বিচাৰিলেও পোৱা নাযায়
ஒத்த சொற்கள் : অপস্মাৰ, পাহৰণ, পাহৰণি, পাহৰি যোৱা-, প্রস্মৰণ, বিস্মৃতি, বিস্মৰণ, স্মৃতিবিভ্রম, স্মৃতিভ্রংশ, স্মৃতিলোপ, স্মৃতিহানি
பொருள் : যিটো শুদ্ধ নহয় বা অবিবেচকভাৱে কৰা:তুমি এই ভুলৰ শাস্তি নিশ্চয় পাবা
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : অশুদ্ধ, অশুদ্ধি, ক্রুটী, ক্রুটী-বিচ্যুতি, চ্যুতি-বিচ্যুতি, দোষ-ক্রুটী, বিজুতি, ভুল, ভুল-ক্রুটী, ভুল-চুক, ভুল-ভাল, ভুল-ভ্রান্তি, ভ্রান্তি