உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো ঠাই আদিৰ চাৰিওফালে ঘূৰা কার্য
எடுத்துக்காட்டு : পৃথিৱীয়ে সূর্য্যৰ চাৰিওফালে প্রদক্ষিণ কৰাৰ ফলতেই দিন-ৰাতি হয়
ஒத்த சொற்கள் : প্রদক্ষিণ, পৰিক্রমণ, পৰিক্রমা, পৰিভ্রমণ
பொருள் : ঘূৰা-ফুৰা কার্য
எடுத்துக்காட்டு : ৰামে ইফালে-সিফালে বিচৰণ কৰি আছে
ஒத்த சொற்கள் : চলা-ফুৰা, বিচৰণ
பொருள் : এঠাইৰ পৰা অন্য কোনো দূৰৱর্তী ঠাইলৈ যোৱা কার্য
எடுத்துக்காட்டு : তেওঁৰ ্যাত্রা সফল হʼল তেওঁ ভ্রমণ কৰি আছে
ஒத்த சொற்கள் : চফৰ, যাত্রা
பொருள் : কোনো বিশেষ কামৰ নিৰীক্ষণৰ কাৰণে এঠাইৰ পৰা অন্য ঠাইলৈ যোৱা কার্য
எடுத்துக்காட்டு : প্রধানমন্ত্রীয়ে ভূমিকম্প গ্রস্ত এলেকাৰ ভ্রমণ কৰিবলে গৈছে
நிறுவு