பொருள் : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
எடுத்துக்காட்டு :
আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
ஒத்த சொற்கள் : দলিওৱা, নিক্ষেপ কৰা, পেলাই দিয়া
பொருள் : কোনো বস্তুৰ ভিতৰ ভাগ কোনো বস্তুৰে পূর্ণ ্কৰা কার্য
எடுத்துக்காட்டு :
এই টেমাটোত সাত কিলো আটা সোমায়
ஒத்த சொற்கள் : সোমোৱা
பொருள் : কোনো বস্তু কিহবাৰ ওপৰত দিয়া
எடுத்துக்காட்டு :
লʼৰাটোৱে মুখত কলমটো ভৰালে
பொருள் : কাৰোবাক ভৰিবলে প্রবৃত্ত কৰোৱা
எடுத்துக்காட்டு :
পুথি্ভঁ্ৰালৰ কিতাপ সময়ত ঘূৰাই নিদিয়া বাবে পুথি্ভঁ্ৰালৰ অধ্যক্ষই পঞ্চাশ টকা জৰিমণা ভৰালে
ஒத்த சொற்கள் : ভৰা