பொருள் : আগত বা ভৱিষ্যতে হʼবলগীয়া বা তাৰ সৈতে সম্বন্ধিত
எடுத்துக்காட்டு :
মই আগন্তুক পৰীক্ষাৰ কাৰণে প্রস্তুতি চলাই আছো
ஒத்த சொற்கள் : অনাগত, আগতপ্রায়, আগন্তুক, আসন্ন, আহি থকা-, আহিব লগা-, আহিবলগীয়া, উত্তৰকালীন, প্রত্যাসন্ন, ভৱিষ্যকালৰ, সন্নিকট, সমাসন্ন
பொருள் : ভৱিষ্যত কালত হʼবলগীয়া
எடுத்துக்காட்டு :
আমি ভৱিষ্যতকালৰ আঁচনিৰ ৰূপৰেখা প্রস্তুত কৰি লোৱা উচিত
ஒத்த சொற்கள் : অনাগত, উত্তৰকালীন, ভাবী, ভৱিষ্যতকালীন, ভৱিষ্যতকালৰ