பொருள் : কোনো খাদ্য বা পানীয় আদি সুগন্ধি আৰু সুস্বাদু কৰিবৰ কাৰণে মিহলোৱা বিশেষ প্রকাৰৰ ভেষজ দ্রৱ্য
எடுத்துக்காட்டு :
মছলাই খাদ্য সুস্বাদু কৰি তোলে জালুক, জিৰা, ধনীয়া আদি মছলা
ஒத்த சொற்கள் : মছলা
பொருள் : কিছুমান খাদ্য বা পেয় পদার্থ আদিক অধিক সুস্বাদু, গুণযুক্ত কৰিবৰ বাবে প্রযুক্ত পদার্থ
எடுத்துக்காட்டு :
আজিকালি সকলো বস্তু বনাবলৈ তৈয়াৰী মচলা পোৱা যায়
ஒத்த சொற்கள் : মছলা