பொருள் : পৰিশ্রম কৰাৰ বিনিময়ত বা পাৰিতোষিক হিচাপে দিয়া বিশেষ ধন
எடுத்துக்காட்டு :
উচিত পাৰিশ্রমিক নোপোৱাৰ কাৰণে শ্রমিকে হৰতাল কৰি আছে
ஒத்த சொற்கள் : পাৰিশ্রমিক
பொருள் : মজদুৰে পোৱা পাৰিশ্রমিক
எடுத்துக்காட்டு :
তেওঁ প্রতিদিন এশ টকা মজুৰি লয়
பொருள் : পাৰিশ্রমিকৰ দান
எடுத்துக்காட்டு :
ঠিকাদাৰে খান্তাটোৰ মজুৰি এহেজাৰ টকা বিচাৰিছে
ஒத்த சொற்கள் : পাৰিশ্রমিক, বানচ