உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি
எடுத்துக்காட்டு : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে
ஒத்த சொற்கள் : অভিপ্রায়, কূট, কূটকৌশল, কৌশল, চাল, ফন্দ, ফন্দি
பொருள் : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
எடுத்துக்காட்டு : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
ஒத்த சொற்கள் : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, লক্ষ্য, হেতু
பொருள் : কোনো শ্্ব্দ, পদ বা বাক্য আদিৰ পৰা ওলোৱা অভিধা অর্থ ্যাৰ বোধ জন্মাবৰ কাৰণে কোনো শ্্ব্দ বা পদ মানুহৰ মাজত প্রচলিত হয়
எடுத்துக்காட்டு : কেতিয়াবা কেতিয়াবা সুৰদাসৰ পদৰ অর্থ উলিওৱা জটিল হৈ পৰে
ஒத்த சொற்கள் : অর্থ, ্তাৎপর্য, ্ভাব
பொருள் : কোনো ধৰণৰ লগা-ভগা বা সম্পর্ক
எடுத்துக்காட்டு : এই কামটোৰ সৈতে ৰামৰ কোনো সম্পর্ক নাই
ஒத்த சொற்கள் : সম্পর্ক, সম্বন্ধ
நிறுவு