பொருள் : কাৰোবাক নিজৰ ঠাইলৈ বা ওচৰলৈ আহিবলৈ নিমন্ত্রণ জনোৱা
எடுத்துக்காட்டு :
আইতাই ককাক ইংগিতেৰে মাতি আছে
பொருள் : আমন্ত্রণ জনোৱা
எடுத்துக்காட்டு :
তেওঁ নিজৰ বিয়ালৈ আমাৰ সকলোকে নিমন্ত্রিত কৰিছে
ஒத்த சொற்கள் : আমন্ত্রিত কৰা, নিমন্ত্রণ দিয়া, নিমন্ত্রিত কৰা
பொருள் : কোনো জন্তুৰ মুখৰ পৰা ধ্বনি ওলোৱা
எடுத்துக்காட்டு :
ৰাতিপুৱা চৰায়ে মাতে
பொருள் : কোনো পৰিচিতৰ লগত কথা কোৱা
எடுத்துக்காட்டு :
আজিকালি শীলাই মোক নামাতে