உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
எடுத்துக்காட்டு : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
ஒத்த சொற்கள் : জ্ঞান, ধী, ধীশক্তি, বিবেক, বুদ্ধি, মনীষা, মেধা
பொருள் : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
எடுத்துக்காட்டு : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
ஒத்த சொற்கள் : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মেধা
பொருள் : সাগৰগর্ভত ্ পোৱা এবিধ মূল্যৱান ৰত্ন
எடுத்துக்காட்டு : গীতাই মুকুতাৰ আঙঠি পিন্ধিছে
ஒத்த சொற்கள் : মুকুতা, মুকুতা-মণি, মুক্তা, মুক্তিকা, মৌক্তিক, মৌতি
நிறுவு