பொருள் : যি প্রায়েই কোনো নিচাৰ সেৱন কৰে
எடுத்துக்காட்டு :
দুজন নিচাখোৰে নিচা খোৱাৰ পিছত নিজৰ মাজতেই থোতা-মোজা লাগিল
ஒத்த சொற்கள் : নিচাখোৰ
பொருள் : যিয়ে নিচা লগাবৰ কাৰণে নিচাজাতীয় পদার্থ সেৱন কৰে
எடுத்துக்காட்டு :
নিচাত মাৰপিট কৰাৰ কাৰণে দুজন নিচাখোৰ লোক জেললৈ যাব লগা হʼল
ஒத்த சொற்கள் : টং হৈ থকা-, নিচাগ্রস্ত, নিচাসক্ত