பொருள் : যিজনে প্রায়েই অত্যধিক মদ পান কৰে
எடுத்துக்காட்டு :
মদাহীটো মদ খোৱাৰ পিছত নলাটোত সৰি পৰিল
ஒத்த சொற்கள் : মদাহী
பொருள் : অত্যধিক মদ পান কৰোতা
எடுத்துக்காட்டு :
মদ্যপায়ীয়ে সংসাৰত কিমান যে আলৈ-আহুকালৰ সৃষ্টি কৰে
ஒத்த சொற்கள் : তেবাহী মদপী, মদ্যপায়ী