பொருள் : একাগ্র মনেৰে কোনো এক বিষয়ত লাগি থকা কার্য
எடுத்துக்காட்டு :
মনোযোগৰ অবিহনে সফলতা লাভ কৰিব নোৱাৰি
பொருள் : ধ্যানেৰে পূর্ণ ্ অৱস্থা বা ভাব
எடுத்துக்காட்டு :
সৰিতাই সকলো কাম একাগ্রতাৰে কৰে
ஒத்த சொற்கள் : একনিষ্ঠা, একাগ্রচিত্ততা, একাগ্রতা, ঐকান্তিকতা, দৃঢ়তা, ধ্যানপূর্ণত্া, নিবিষ্টচিত্ততা, নিবিষ্টতা, মগ্নতা
பொருள் : কোনো কথা বা কামত মন লীন হোৱা দশা বা ভাব
எடுத்துக்காட்டு :
ৰমেশে বৰ মনোযোগেৰে পঢ়ে
ஒத்த சொற்கள் : ধ্যান