உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : * যিটো ভৱন কোনো বিশেষ বা মহান উদ্দেশ্যৰ বাবে সমর্পিত কৰা হয়
எடுத்துக்காட்டு : এই মন্দিৰত অনাথ শিশুবোৰৰ পালন-পোষণ কৰা হয় মোৰ সন্তানে এতিয়া বাল্য মন্দিৰত পঢ়িবৰ বাবে যাবলৈ ধৰিছে
ஒத்த சொற்கள் : আলয়, আশ্রম
பொருள் : যি মন্দিৰত কোনো দেৱতাৰ মূর্তি বা মূর্তি স্থাপন কৰি পূজা কৰা হয়
எடுத்துக்காட்டு : তেওঁ ্সদায় গা-পা ধুই দেৱালয়লৈ যায়
ஒத்த சொற்கள் : দʼল, দেৱ-গৃহ, দেৱ-দৌল, দেৱ-মন্দিৰ, দেৱগৃহ, দেৱদৌল, দেৱমন্দিৰ, দেৱালয়, দেৱায়তন, দৌল
பொருள் : দেৱ-দেৱী আদিৰ মূর্তি স্থাপন কৰি পূজা-উপাসনা কৰা গৃহ
எடுத்துக்காட்டு : তেওঁ নিতৌ স্নান কৰি মন্দিৰলৈ যায়
ஒத்த சொற்கள் : দʼল, দেৱগৃহ, দেৱালয়, দৌল, ধর্মমন্দিৰ
நிறுவு