உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
எடுத்துக்காட்டு : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
ஒத்த சொற்கள் : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মেহেৰবানি
பொருள் : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব
எடுத்துக்காட்டு : সাধুসকল মোহত নপৰে
ஒத்த சொற்கள் : মোহ
பொருள் : সৰুজনৰ প্রতি হৃদয়ত উথলি উঠা ভালপোৱা
எடுத்துக்காட்டு : জৱাহৰলাল নেহৰুৱে সৰু লʼৰা-ছোৱালীক বহুত মৰম কৰিছিল
ஒத்த சொற்கள் : চেনেহ, মৰম, মৰম-চেনেহ, স্নেহ
பொருள் : মাকৰ নিজৰ সন্তানৰ প্রতি ওপজা মৰম
எடுத்துக்காட்டு : শিশু মাকৰ মমতাৰ ছাঁয়াত ডাঙৰ-দীঘল হয়
நிறுவு