பொருள் : আম গছৰ ফুল
எடுத்துக்காட்டு :
বসন্ত ঋতুৰ আগমনৰ লগে লগে আম গছত মল লাগিবলৈ ধৰে
பொருள் : যি অংশইদি শৰীৰৰ ভিতৰৰ মলভাগ বাহিৰ হয়
எடுத்துக்காட்டு :
গুহ্যদ্বাৰৰ ভালদৰে পৰিষ্কাৰ কৰি ভালেমান ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি
ஒத்த சொற்கள் : গুহ্য দ্বাৰ, গুহ্যদ্বাৰ, পায়ু, পোকৰ, মলদ্বাৰ
பொருள் : শৰীৰৰ পৰা ওলোৱা অশুদ্ধি বা বিকাৰ
எடுத்துக்காட்டு :
মনুস্মৃতি অনুসৰি শৰীৰত বাৰ প্রকাৰৰ মল থাকে, সেইবোৰ হʼল মেদ, শুক্র, ৰক্ত, মজ্জা, মূত্র, বিষ্ঠা, কাণৰ মল, নখ, কফ, চকুপানী, ঘাম আৰু শৰীৰত জমা হোৱা মল