பொருள் : যি ঠাইৰ পৰা গ্রহ, নক্ষত্র আৰু তৰা আদি চাব পাৰি বা তাৰ গতি বিধি লক্ষ্য কৰিব পৰা যন্ত্র থাকে
எடுத்துக்காட்டு :
শিক্ষয়িত্রীয়ে ছাত্র-ছাত্রীক মান-মন্দিৰ দেখুৱাবৰ কাৰণে লৈ গৈছে
ஒத்த சொற்கள் : অৱজাৰভেটৰী, মানমণ্ডল, মানমন্দিৰ