உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো কামত বা কথাত মানা কৰা
எடுத்துக்காட்டு : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ
ஒத்த சொற்கள் : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, হাক, হাক-বচন
பொருள் : স্বীকাৰ নকৰাৰ ভাব বা কার্য
எடுத்துக்காட்டு : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
ஒத்த சொற்கள் : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান
பொருள் : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : মানি লোৱা, সহা, সহ্য কৰা
பொருள் : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা
எடுத்துக்காட்டு : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়
ஒத்த சொற்கள் : স্বীকাৰ কৰা, স্বীকৃতি দিয়া
பொருள் : যাক নিষেধ কৰা হৈছে
எடுத்துக்காட்டு : এই বিলত ্সাঁতোৰাত বাধা আছে
ஒத்த சொற்கள் : নিষিদ্ধ, নিষেধিত, বর্জিত, বাধা
நிறுவு