பொருள் : যিটো স্বীকাৰ কৰা হৈছে
எடுத்துக்காட்டு :
এইটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত পৰিযোজনা
ஒத்த சொற்கள் : স্বীকৃত
பொருள் : যি প্রতিষ্ঠা লাভ কৰিছে
எடுத்துக்காட்டு :
পণ্ডিত মহেশ নিজৰ ক্ষেত্রত এজন প্রতিষ্ঠিত ব্যক্তি
ஒத்த சொற்கள் : অগ্রগনীয়, গণ্যমান্য, নাম থকা-, প্রতিষ্ঠিত, মাননীয়, সন্মানিত, সম্ভ্রান্ত
பொருள் : মানিবৰ যোগ্য
எடுத்துக்காட்டு :
এই কথাবোৰ যদি মান্য হয় তেতিয়াহে সকলোৱে বিশ্বাস কৰিব