உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা
எடுத்துக்காட்டு : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক
ஒத்த சொற்கள் : উপায়, পথ, পন্থা, ্সাধন
பொருள் : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়
எடுத்துக்காட்டு : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে
ஒத்த சொற்கள் : পথ, বাট, ৰাস্তা
பொருள் : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়
எடுத்துக்காட்டு : উৰা জাহাজৰো নির্দিষ্ট পথ আছে
ஒத்த சொற்கள் : পথ, বাট, ্ ৰাস্তা
பொருள் : কোনো সাধন, প্রকাৰ আদি যাৰ অৱলম্বনত কোনো কামৰ ভালদৰে বা সম্পূর্ণ কৰিবৰ কাৰণে কৰা হয়
எடுத்துக்காட்டு : আহাৰ মুখ বিবৰেদি পেটলৈ যায়
ஒத்த சொற்கள் : পথ, বিবৰ, ্ৰাস্তা
நிறுவு