பொருள் : তামিল ভাষাৰ সৈতে অতি ওচৰৰ সম্বন্ধ থকা এটা দ্রাবিড় পৰিয়ালৰ ভাষা যিটো দক্ষিণ ভাৰতত কোৱা হয়
எடுத்துக்காட்டு :
মই মালয়ালম কʼব পাৰোঁ
ஒத்த சொற்கள் : মালায়ালম
பொருள் : মালয়ালম ভাষাৰ বা মালায়ালম ভাষাৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
এই চিনেমাখন মালয়ালম কাহিনী আধাৰত বনোৱা হৈছে