பொருள் : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ ভাষা
எடுத்துக்காட்டு :
ভালেমান বছৰ ধৰি মুম্বাইত থকাৰ কাৰণে তেওঁ ্মাৰাঠীটো কথা পাতিব পাৰে
ஒத்த சொற்கள் : মাৰাঠী ভাষা
பொருள் : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ নিবাসী
எடுத்துக்காட்டு :
কেইবাজনো মাৰাঠী মোৰ ভাল বন্ধু
ஒத்த சொற்கள் : মহাৰাষ্ট্রী
பொருள் : মহাৰাষ্ট্রত থকা বা বসতি কৰা
எடுத்துக்காட்டு :
সন্ত টুকাৰামৰ মাৰাঠী জনসাধাৰণৰ ওপৰত বিশেষ ধৰণৰ প্রভাৱ আছে
ஒத்த சொற்கள் : মহাৰাষ্ট্রী
பொருள் : যাৰ মাতৃভাষা মাৰাঠী
எடுத்துக்காட்டு :
তাত্যাপাৰাত মাৰাঠী লোকৰ সংখ্যাগৰিষ্ঠতা আছে
பொருள் : মাৰাঠী ভাষাৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
মাৰাঠী সাহিত্য বহু বিকশিত আৰু উন্নত
பொருள் : মহাৰাষ্ট্রৰ সৈতে সম্বন্ধ থকা বা মহাৰাষ্ট্রৰ
எடுத்துக்காட்டு :
নেতাগৰাকীয়ে পৰম্পৰাগত মাৰাঠী বেশ-ভূষা পৰিধান কৰি মঞ্চত উঠিলে