பொருள் : যি যন্ত্রৰ দ্বাৰা ঘৰলৈ অহা পানী জোখা হয়
எடுத்துக்காட்டு :
টেংকীটোৰ মিটাৰটো বেয়া গৈ গʼল
பொருள் : দৈর্ঘ্য জোখাৰ এক মাপ
எடுத்துக்காட்டு :
কুর্তা চিলাবৰ কাৰণে আঢ়ৈ মিটাৰ কাপোৰ লাগিব
பொருள் : ঘৰ বা কাৰখানা আদিত ব্যয় হোৱা বিজুলী জুখিব কাৰণে ব্যৱহাৰ কৰা যন্ত্রবিশেষ
எடுத்துக்காட்டு :
মোৰ ঘৰত দুটা মিটাৰ লগোৱা আছে
பொருள் : যি যন্ত্রৰ সহায়ত গতিশীল বস্তুৰ গতি জোখা হয়
எடுத்துக்காட்டு :
এই গাড়ীখনৰ মিটাৰটোৱে কাম কৰা নাই
ஒத்த சொற்கள் : গতিমাপক, স্পীডোমিটাৰ