பொருள் : মিনাৰৰ ওপৰৰ ভাগ অথবা কোনো অট্টালিকাৰ ওপৰত সজা মিনাৰ
எடுத்துக்காட்டு :
বুৰুজৰ ওপৰত উৰি থকা পতাকাখন দূৰৰ পৰাই দেখা পোৱা যায়
ஒத்த சொற்கள் : বুৰুজ
பொருள் : কোনো ভৱনৰ লগত সংলগ্ন হৈ থকা বা অকলে থিয় হৈ থকা মানুহে নি্র্মাণ কৰা এক অৱয়ব, যাৰ উচ্চতা তাৰ ব্যাসতকৈ বেছি
எடுத்துக்காட்டு :
মিনাৰৰ ভিতৰত হায়দৰাবাদৰ চাৰমিনাৰ প্রসিদ্ধ
ஒத்த சொற்கள் : স্তম্ভ