பொருள் : কিহবাৰ সৈতে মিলি থকা কার্য
எடுத்துக்காட்டு :
তেল পানীত কেতিয়াও নিমিহলে
ஒத்த சொற்கள் : এক হোৱা, মিশ্রিত হোৱা, মিহলা, মিহলি হোৱা, সংমিশ্রিত হোৱা
பொருள் : কোনো দ্রৱ পদার্থত ্কোনো বস্তু ঘূলি লৈ মিলোৱা কার্য
எடுத்துக்காட்டு :
আমি চৰবত বনাবলৈ পানীত চেনি ঘূলোঁ
ஒத்த சொற்கள் : ঘোলা, মিশ্রিত কৰা, মিহলোৱা, সংমিশ্রিত কৰা