பொருள் : কোনো কথা বাস্তৱত কেনে ধৰণৰ হৈ আছে সেইয়া অনুমান বা তর্ক-বিত্্র্কৰে নিশ্চয় কৰা এক কার্য
எடுத்துக்காட்டு :
তেওঁ ্কাব্য মীমাংসাত লাগি আছে
பொருள் : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া
எடுத்துக்காட்டு :
আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে
ஒத்த சொற்கள் : পর্যালোচনা, বিচাৰ, বিচাৰ-বিবেচনা, বিবেচনা, মূল্যায়ন