பொருள் : চেহেৰাত বাহিৰৰ পৰা দেখা দিয়া মুখৰ ভাগ যʼত বাহিৰৰ তলৰ অংশত ্ওঁঠ ্থাকে
எடுத்துக்காட்டு :
অধ্যাপকে মুখত আঙুলি থোৱাৰ লগে লগে শ্রেণীকোঠাটো নিজম পৰিল
பொருள் : কোনো ভৱন আদিৰৰ মূল প্রৱেশ দ্বাৰ
எடுத்துக்காட்டு :
এই দূর্গটোৰ মুখ উত্তৰফালে আছে
பொருள் : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ খোলা অংশ যʼৰ পৰা কোনো বস্তু আদিৰ ভিতৰলৈ যাব বা বাহিৰলৈ ওলাব পাৰি
எடுத்துக்காட்டு :
এই বটলটোৰ মুখখন বহুত পাতল
பொருள் : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি
எடுத்துக்காட்டு :
মই সাতটা পেটক ভৰাব লাগে
ஒத்த சொற்கள் : পেট
பொருள் : প্রাণীয়ে যি অংগৰ দ্বাৰা খায় আৰু কথা কয় বা মাত দিয়ে
எடுத்துக்காட்டு :
ভয়তে তেওঁৰ মুখৰ মাত হৰিল
ஒத்த சொற்கள் : মুখগহ্বৰ
பொருள் : কোনো বস্তুৰ সন্মুখৰ বা অগ্রভাগ অথবা সেই অংশ যʼৰ পৰা তাৰ ব্যৱহাৰ হয়
எடுத்துக்காட்டு :
এই কম্পিউটাৰটোৰ মুখখন মোৰফালে ঘূৰাই দিয়া মহম্মদ শ্বাহৰ ঘৰৰ মুখটো কোনফালে আছে