பொருள் : যি প্রক্রিয়াৰ দ্বাৰা বেলেগ বেলেগ দেশৰ মুদ্রাৰ তুলনামূলক মূল্য স্থিৰ কৰা হয় আৰু যাৰ দ্বাৰা পাৰস্পৰিক লেন-দেন পূৰ কৰা হয়
எடுத்துக்காட்டு :
ভাৰত আৰু আমেৰিকাৰ মাজত মুদ্রা বিনিময়ৰ প্রচলন আছে
ஒத்த சொற்கள் : ধন বিনিময়, মুদ্রা-বিনিময়