உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
எடுத்துக்காட்டு : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
ஒத்த சொற்கள் : অর্থ, কাৰক, কাৰণ, নিমিত্ত, হেতু
பொருள் : পানী আৰু আহাৰ আহৰণ কৰিবৰ কাৰণে মাটিত খামুচি থকা উদ্ভিদৰ নিম্নাংশ
எடுத்துக்காட்டு : আয়ুর্বেদিক চিকিৎসাত বিভিন্ন প্রকাৰৰ শিপা ব্যৱহাৰ কৰা হয়
ஒத்த சொற்கள் : পম, শিপা, শিহা, শিহৰি, শিয়া
பொருள் : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ
எடுத்துக்காட்டு : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল
ஒத்த சொற்கள் : অর্ক, আৰক, নি্র্যাস, ্সাৰ অংশ, ৰস
பொருள் : কোনো বস্তুৰ মূল বা তত্ত্বৰ সৈতে সম্বন্ধ ৰাখোতা
எடுத்துக்காட்டு : সত্য, অহিংসা আৰু প্রেম হৈছে সংস্কৃতিৰ আধাৰ
ஒத்த சொற்கள் : আধাৰ, বুনিয়াদ
பொருள் : যিটো আৱশ্যক হয়
எடுத்துக்காட்டு : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত
ஒத்த சொற்கள் : প্রধান, মুখ্য
பொருள் : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
எடுத்துக்காட்டு : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
ஒத்த சொற்கள் : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশী, দেশীয়, স্থানীয়
நிறுவு