உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : মানদণ্ডৰ আধাৰত কৰা কোনো বস্তু আদিৰ মহত্ত্ব
எடுத்துக்காட்டு : নৈতিক মূল্যৰ দিনে-দিনে অৱনতি ঘটিবলৈ লৈছে
பொருள் : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : দাম, দৰ, নিৰিখ, বেচ, ভাও, হাৰ
பொருள் : কোনো কথা বা সিদ্ধান্ত মানি লোৱা কার্য ্বা ভাব
எடுத்துக்காட்டு : পুৰণি মূল্যবোধক আজিৰ প্রজন্মই বিশ্বাস নকৰে
ஒத்த சொற்கள் : বিচাৰধাৰা, মূল্যবোধ
பொருள் : কোনো বস্তুৰ আপেক্ষিক শ্রেষ্ঠতা, উপযোগিতা বা আদৰ বঢ়োৱা বা কমোৱা বিষয়
எடுத்துக்காட்டு : জ্ঞানৰ মহত্ত্ব সকলোতে দেখিবলৈ পোৱা যায়
ஒத்த சொற்கள் : গৌৰৱ, গৰিমা, মহত্ত্ব, মাহাত্ম্য
பொருள் : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
எடுத்துக்காட்டு : হীৰাৰ মূল্য জহুৰীয়েহে জানে
ஒத்த சொற்கள் : দাম
நிறுவு