பொருள் : কাৰোবাৰ মৃত্যু উপলক্ষে অনুষ্ঠিত কৰা ধার্মিক কৃত্য বা সংস্কাৰ
எடுத்துக்காட்டு :
মৃতকৰ অন্ত্যেষ্টিক্রিয়া এক পৰম্পৰাগত নিয়ম
ஒத்த சொற்கள் : অন্ত্যেষ্টি, অন্ত্যেষ্টিক্রিয়া, ক্রিয়া-কর্ম, শেষকৃত্য, শ্মশান কৃত্য, শৱসৎকাৰ, সংস্কাৰ কর্ম, সৎকাৰ, সৎক্রিয়া