பொருள் : আকাশত চাৰিওফালৰ পৰা ঘেৰি ধৰা কʼলা ডাৱৰৰ সমষ্টি
எடுத்துக்காட்டு :
আকাশত কʼলীয়া মেঘে ছানি ধৰিছে
ஒத்த சொற்கள் : কʼলীয়া ডাৱৰ, কʼলীয়া মেঘ, ঘনঘটা, ঘনঘোৰ, মেঘাড়ম্বৰ
பொருள் : যি ঋতুত বা মাহত বৰষুণ হয়
எடுத்துக்காட்டு :
কেতিয়াবা কেতিয়াবা বর্ষাকালত ইমান বৰষুণ হয় যে কোনো কোনো ঠাইত বানপানী হৈ যায়
ஒத்த சொற்கள் : প্রাবৃষ, বর্ষা, বর্ষা ঋতু, বর্ষাকাল, বাৰিষা, বাৰিষা বতৰ, বাৰিষাকাল, বৰষুণৰ বতৰ