உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ
எடுத்துக்காட்டு : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে
ஒத்த சொற்கள் : জুইশলা, দিয়াচলাই, মেচ বক্স
பொருள் : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে
எடுத்துக்காட்டு : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে
ஒத்த சொற்கள் : মেৰ
பொருள் : দুটা দল বা ভালেমান প্রতিযোগীয়ে প্রতিযোগিতাত অংশগ্রহণ কৰা খেল বিশেষ
எடுத்துக்காட்டு : আমি ভাৰত আৰু শ্রীলংকা মেচ চাই আছোঁ
நிறுவு