பொருள் : উৎসৱ-পার্বণ আদিৰ সময়ত বা বস্তু আদিৰ ক্রয়-বিক্রয় বা প্রদর্শনীৰ কাৰণে কোনো স্থানত বহুতো লোক একত্রিত হোৱা কার্য
எடுத்துக்காட்டு :
মাঘী পূর্ণিমাৰ দিনা প্রয়াগত মেলা বহে
பொருள் : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া
எடுத்துக்காட்டு :
তেওঁ বিচনাত চাদৰখন মেলি দিলে
ஒத்த சொற்கள் : পাৰি দিয়া, বিস্তাৰ কৰা, মেলি দিয়া
பொருள் : কোনো বস্তুৰ প্রসাৰিতকৰণ
எடுத்துக்காட்டு :
তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
ஒத்த சொற்கள் : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলি দিয়া