பொருள் : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া
எடுத்துக்காட்டு :
তেওঁ বিচনাত চাদৰখন মেলি দিলে
ஒத்த சொற்கள் : পাৰি দিয়া, বিস্তাৰ কৰা, মেলা
பொருள் : কোনো বস্তুৰ প্রসাৰিতকৰণ
எடுத்துக்காட்டு :
তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
ஒத்த சொற்கள் : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলা