பொருள் : ৰঙীণ চীচা, শিল আদিৰ টুকুৰাৰে বনোৱা কলাত্মক সৃষ্টি
எடுத்துக்காட்டு :
তাজমহলৰ ভিতৰৰ বেৰত মোজাইকৰ কাৰচাজি কৰা হয়
பொருள் : ৰঙীণ ্কাঁচ, পাথৰ আদিৰ টুকুৰাত আকাৰ বনোৱা এবিধ কলা
எடுத்துக்காட்டு :
তেওঁ ্মোজাইক নিজৰ ককাকৰ পৰা শিকিলে
பொருள் : বিভিন্ন ৰঙৰ প্রস্তৰ, আইনা, চীনামাটিৰ টুকুৰা বা আন বস্তু খণ্ড খটাই অথবা পাতি প্রস্তুত কৰা চিত্র, নক্সা আদি
எடுத்துக்காட்டு :
ভাৰতবর্ষত প্রস্তুত ্কৰা খচিত চিত্র বিশ্বপ্রসিদ্ধ
ஒத்த சொற்கள் : খচিত চিত্র