பொருள் : সোণেৰে বনোৱা মুদ্রা
எடுத்துக்காட்டு :
হৰপ্পাৰ খনন কার্যত কিছুমান সোণৰ মুদ্রা পোৱা গৈছিল
ஒத்த சொற்கள் : সোণৰ মুদ্রা, সোণৰ মোহৰ, স্বর্ণ মুদ্রা, স্বর্ণমুদ্রা
பொருள் : সোণেৰে তৈয়াৰী মুদ্রা
எடுத்துக்காட்டு :
তেওঁ ্ সোণাৰীৰ পৰা মোহৰৰ সলনি ধন লʼলে
ஒத்த சொற்கள் : সোণৰ মুদ্রা
பொருள் : সোণ বা ৰূপৰ মুদ্রা
எடுத்துக்காட்டு :
বাদশ্বাহে পুৰস্কাৰ হিচাপে কবিক দুটা সোণৰ মোহৰ দিলে
பொருள் : ধাতুৰ টুকুৰা আদিৰ সহায়ত ছাপ বহুৱাই মোহৰ বনোৱা কার্য
எடுத்துக்காட்டு :
টাকশালত টকা-পইচাৰ ছাপ মৰা হয়