உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যাৰ কান্তি মাৰ গৈছে
எடுத்துக்காட்டு : মাকক দেখিয়ে পুতেকৰ ম্লান মুখ উজ্বলি উঠিল
ஒத்த சொற்கள் : অনুজ্জ্বল, নিষ্প্রভ, মলিন, স্তিমিত
பொருள் : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে
எடுத்துக்காட்டு : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি
ஒத்த சொற்கள் : অন্যমনস্ক, উদাস, বিৰক্ত
பொருள் : যাৰ তেজ নাই বা যিজনৰ তেজৰ অভাৱ হৈছে
எடுத்துக்காட்டு : সদায় চিন্তিত হৈ থকাৰ কাৰণে তেওঁৰ চেহেৰা যৌৱনতে নিস্তেজ হʼবলৈ ধৰিছে
ஒத்த சொற்கள் : অপ্রভ, আভাহীন, কান্তিহীন, তেজহীন, নিস্তেজ, মলীন, মোলান, শেতা
நிறுவு