பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும். ட்விட்டரில் பகிரவும் வாட்ஸ்அப்பில் பகிரவும் பேஸ்புக்கில் பகிரவும்
கூகுள் பிளேயில் வரவும்
অসমীয়া என்ற அகராதியில் இருந்து মৰা என்ற வார்த்தையின் பொருள் மற்றும் உதாரணம் ஒத்த சொற்கள் மற்றும் எதிர்ச்சொற்களுடன்.

মৰা   বিশেষ্য

பொருள் : মাৰ দিয়া কার্য ্বা ভাব

எடுத்துக்காட்டு : কাৰোবাক মাৰিবৰ কাৰণে সাহস লাগিব

ஒத்த சொற்கள் : প্রহাৰ কৰা

பொருள் : এবিধ উদ্ভিদ যাৰ আঁহৰ ্ পৰা ৰচী, থৈলা, ডাঠ কাপোৰ আদি তৈয়াৰ কৰা হয়

எடுத்துக்காட்டு : বেঙ্গলত মৰাপাটৰ খেতি বেছিকৈ হয়

ஒத்த சொற்கள் : মৰাপাট

মৰা   ক্ৰিয়া

பொருள் : মৃত্যু হোৱা বা শৰীৰৰ পৰা প্রাণবায়ু ওলোৱা কার্য

எடுத்துக்காட்டு : দুর্ঘ্্টনাগ্রস্ত মানুহজন আজি পুৱাই মৰি থাকিল

ஒத்த சொற்கள் : অনন্তধামলৈ গতি কৰা, আয়ু বেলি মাৰ যোৱা, ইহলীলা সম্বৰণ কৰা, কাল হোৱা, চকু মুদা, চাউল উকলা, জীৱ বাজ হোৱা, জীৱ যোৱা, জীৱন বন্তি নুমাই যোৱা, ঢুকোৱা, দেহা পেলোৱা, দেহান্তৰ ঘটা, ধাতু বাজ হোৱা, পাৰ হোৱা, প্রাণ যোৱা, পৰপাৰলৈ গতি কৰা, পৰপাৰলৈ গমন কৰা, পৰলোকগামী হোৱা, বৈকুণ্ঠগামী হোৱা, মুক্তি লাভ কৰা, মৃত্যু হোৱা, মোক্ষ লাভ কৰা, শেষ নিশ্বাস ত্যাগ কৰা, শেষ নিশ্বাস লোৱা, সিপাৰ হোৱা, সিফলীয়া হোৱা, স্বর্গগ্ামী হোৱা, স্বর্গী হোৱা, সৰকা, হাড় পেলোৱা

பொருள் : মৰাৰ সমান কষ্ট কৰা

எடுத்துக்காட்டு : তেওঁ দিনে-ৰাতিয়ে যিজন ভায়েকৰ চোৱা-চিতাৰ কাৰণে মৰি আছিল, সেই ভায়েকে তেওঁক নিৰাশ কৰিলে

பொருள் : খেলৰ কোনো গুটী বা খেলুৱৈৰ খেলৰ নিয়মানুসৰি কোনো কাৰণে খেলৰ পৰা বাহিৰ হোৱা বা পৃথক কৰা

எடுத்துக்காட்டு : এই খেলত আমাৰ চাৰিজন লগৰীয়া মৰি থাকিল যদিও খেলত আমি জিকিলোঁ

பொருள் : কোনো বস্তু ভিতৰলৈ ঠেলিবৰ কাৰণে তাৰ ওপৰত জোৰেৰে কৰা প্রহাৰ

எடுத்துக்காட்டு : ৰামে মূর্তিটো লগাবৰ কাৰণে বেৰত গজাল মাৰিছে

பொருள் : কোনো মনোবেগ, ইচ্ছা আদিৰ হেঁচি নধৰাকৈ সমানে সমানে হোৱা কার্য

எடுத்துக்காட்டு : ঘনে-ঘনে চাহ খোৱাৰ কাৰণে মোৰ ভোক মৰি গʼল

ஒத்த சொற்கள் : মৰি যোৱা

பொருள் : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা

எடுத்துக்காட்டு : পুলিচে চোৰটোক লাঠিৰে মাৰিছে

ஒத்த சொற்கள் : কোবোৱা, ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা

பொருள் : জীৱনৰ অন্ত পেলোৱা কার্য

எடுத்துக்காட்டு : সন্ত্রাসবাদীয়ে পাঁচজন লোকক মাৰিলে

ஒத்த சொற்கள் : জীৱন লোৱা, প্রাণ বায়ু উৰোৱা, প্রাণ লোৱা, বধ কৰা, সংহাৰ কৰা, হত্যা কৰা, হনন কৰা