உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যি কোনো কাম কৰিবৰ বাবে সমর্থ
எடுத்துக்காட்டு : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
ஒத்த சொற்கள் : উচিত, উপযুক্ত, ঠিক, যথাযথ, যথার্থ, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
பொருள் : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : উচিত, উপযুক্ত, ঠিক, যথাযোগ্য, যথার্থ, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
பொருள் : যিদৰে কৰা উচিত তেনেধৰণৰ
எடுத்துக்காட்டு : তেওঁ সকলোৰে লগত যথোচিত ব্যৱহাৰ কৰে
நிறுவு